কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত অভিযন্তা নিযুক্তি, দৰমহা মাহে ৩৩,৭৫০ টকা !

অভিযন্তাসকলৰ বাবে এক সুন্দৰ খবৰ ঘোষণা কৰিছে চৰকাৰী কোম্পানী নেচনেল প্ৰজেক্ট কনষ্ট্ৰাকচন কৰ্পৰেশ্যন লিমিটেডে। কিছুদিন পূৰ্বে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত এই উদ্দেশ্যে নিযুক্তিৰ জাননী প্ৰকাশ কৰা হৈছিল। এই নিযুক্তি ঠিকাভিত্তিক পদৰ বাবে কৰা হ’ব, মূলতঃ দেশৰ দক্ষিণ-পূব অঞ্চলৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে। ইয়াত প্ৰত্যক্ষ সাক্ষাৎকাৰৰ জৰিয়তে যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। এই বিষয়ৰ সকলো বিতং তথ্য আজিৰ […]

Read More